এক নতুন অভিলেখ ….
সম্পূৰ্ণ চৰকাৰী তথ্য পঞ্জীয়নৰ ভিত্তিত
২০২০ চনৰ জুলাই মাহৰ ৮ তাৰিখৰ পৰা ২০২১ চনৰ জুলাই মাহৰ ৮ তাৰিখলৈ এটা বছৰত মই ২৬০ টা বন্য জীৱক জনাঞ্চলৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰিছিলো। এই উদ্ধাৰৰ বাবে আজি তেজপুৰ বনাঞ্চলিক বিষয়া মন্টু বৰাই মোক এখন প্ৰমান পত্ৰ প্ৰদান কৰে। এই প্ৰমাণ পত্ৰখনত কেইটা জীৱ উদ্ধাৰ কৰিছো নামসহ লিপিবদ্ধ আছে । গোটেই বছৰটোত উদ্ধাৰ কৰা জীৱবোৰৰ ভিতৰত অজগৰ ৫১ ডাল, চকৰী ফেটি ৪৬ ডাল ,গোৱালা ১২ ডাল, মুছোৱাগুম ৩৪ ডাল ইত্যাদি উল্লেখনীয়।

Share:

WhatsApp
Facebook
Twitter
Pinterest
LinkedIn

Leave a Reply

Your email address will not be published. Required fields are marked *

On Key

Related Posts